S.S.C. GD কনিষ্টবলৰ ফলাফল ঘোষণা 2022 – মেধা তালিকা

all_post_app Latest Post Results

S.S.C. GD কনিষ্টবলৰ ফলাফল :

ষ্টাফ চিলেকচন কমিচন য়ে SSC GD কনিষ্টবল 2021 ৰ ফলাফল ঘোষণা কৰিছে ৷ SSC GD কনিষ্টবলৰ ফলাফল ৰাজ্যিক আৰু সংৰক্ষণ অনুযায়ী কাত অফ নম্বৰ অফিচিয়েল ৱেবচাইতত প্ৰকাশ কৰা হৈছে ৷ যিসকল প্ৰাৰ্থীয়ে SSC GD কনিষ্টবল ৰ Tier-1 ৰ পৰীক্ষা দিছিল তেওলোকে নিজৰ ফলাফল সমূহ চাব পাৰিব ৷

S.S.C. GD কনিষ্টবলৰ ফলাফল ঘোষণা 2022ৰ বিৱৰণ :

পদৰ নাম: Constable (General Duty)

দৰ সংখ্যা 25,271 posts

সংস্থাৰ নাম: Staff Selection Commission

পৰীক্ষাৰ নাম : Computer Based Examination

ৰীক্ষাৰ তাৰিখ: 16th November to 15th December 2021

ফলাফলৰ স্থিতি: Declared

Check SSC Constable ResultMale | Female
SSC Constable Tier-I CutoffClick Here
SSC Constable Tier-I Answer KeyClick Here
Official WebsiteClick Here