সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ :
1. কোনে পেনিচিলিন আৱিস্কাৰ কৰিছিল?
ক) লুইচ পেষ্টিউৰ
খ) আলেকজেণ্ডাৰ ফ্লেমিং
গ) ড্ৰেচাৰ
ঘ) এডৱাৰ্ড জেনাৰ
উত্তৰ : খ) আলেকজেণ্ডাৰ ফ্লেমিং
2. ভিটামিন Dৰ অভাৱত কি বেমাৰ হয় ??
ক) কুকুৰী কণা
খ) ৰিকেটচ্
গ) এনিমিয়া
ঘ) পেলাগ্ৰা
উত্তৰ : খ) ৰিকেটচ্
3. ‘তেজ গোট নমৰা’ সমস্যাৰ প্ৰধান কাৰক?
ক) ভিটামিন – Dৰ অভাৱ
খ) ভিটামিন – Kৰ অভাৱ
গ) ভিটামিন – Aৰ অভাৱ
ঘ) ভিটামিন – C ৰ অভাৱ
উত্তৰ : খ) ভিটামিন – Kৰ অভাৱ
4. প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা?
ক) 206
খ) 208
গ) 210
ঘ) 200
উত্তৰ : ক) 206
5. প্ৰাপ্ত বয়স্ক মানুহৰ দেহৰ কিমান শতাংশ পানী?
ক) 79
খ) 80
গ) 57
ঘ) 90
উত্তৰ : গ) 57
6. মানুহৰ তেজত PH ৰ মাত্ৰা কিমান ??
ক) 4.0-4.5
খ) 6.45-6.55
গ) 7.35-7.45
ঘ) 8.25-4.35
উত্তৰ : গ) 7.35-7.45
7. কোনটো বেমাৰ ‘ভাইৰাছৰ’ বাবে নহয়?
ক) কলেৰা
খ) বসন্ত
গ) হেপাটাইটিছ
ঘ) টাইফয়ড
উত্তৰ : ঘ) টাইফয়ড
8. গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক?
ক) ভেকুৰ
খ) বেক্টেৰিয়া
গ) ভাইৰাছ
ঘ) এটাও নহয়
উত্তৰ : খ) বেক্টেৰিয়া
9. সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে?
ক) ভিটামিন A
খ) ভিটামিন B
গ) ভিটামিন C
ঘ) ভিটামিন D
উত্তৰ : ঘ) ভিটামিন D
10. তলত উল্লেখ কৰা কোনটো চালৰ বেমাৰ?
ক) এনিমিয়া
খ) পেলাগ্ৰা
গ) ৰিকেটচ্
ঘ) টাইফয়েড
উত্তৰ : খ) পেলাগ্ৰা
11. গছৰ পাত সেউজীয়া হোৱাৰ কাৰণ?
ক) ক্লৰ’ফিল
খ) ক্ল’ৰফৰ্ম
গ) ইষ্ট্ৰজেন
ঘ) খনিজ পদাৰ্থ
উত্তৰ : ক) ক্লৰ’ফিল
12. দেহৰ ‘কোষৰ’ বিষয়ে অধ্যয়ন কৰা বিভাগটোক কি কোৱা হয়?
ক) পেথোলজী
খ) জিওলজী
গ) হিষ্টোলজী
ঘ) ফিজিওলোজী
উত্তৰ : গ) হিষ্টোলজী
13. ‘এইডছ’ ৰোগৰ কাৰক?
ক) বেক্টেৰিয়া
খ) ভাইৰাছ
গ) প্ৰট’জৱা
ঘ) ভেকুৰ
উত্তৰ : খ) ভাইৰাছ
14. Glucose দেহত কি হিচাপে সঞ্চিত হৈ থাকে ?
ক) চৰ্বী
খ) এমিন’ এচিদ
গ) ইনচুলিন
ঘ) গ্লাইক’জেন
উত্তৰ : ঘ) গ্লাইক’জেন
15. মগজুৰ ভিতৰ অংশৰ ৰং হল?
ক) ৰঙা
খ) বগা
গ) মুগা
ঘ) মটীয়া
উত্তৰ : খ) বগা
16. আলোক বৰ্ষ (Light year) কিহৰ একক?
ক) সময়
খ) দূৰত্ৱ
গ) পোহৰ
ঘ) পোহৰৰ তীব্ৰতা
উত্তৰ : খ) দূৰত্ৱ
17. তলৰ কোনটো মাধ্যমত পোহৰে সৰ্ব্বোচ্চ গতিত গতি কৰে?
ক) কাচ
খ) পানী
গ) হাইড্ৰজেন
ঘ) শূণ্য
উত্তৰ : ঘ) শূণ্য
18. তলৰ কোনটো মাধ্যমত শব্দই সৰ্ব্বোচ্চ গতিত গতি কৰে?
ক) বায়ু
খ) কাচ
গ) পানী
ঘ) শূণ্য
উত্তৰ : ক) বায়ু
19. ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ হল?
ক) উৰ্বশী
খ) অপ্সৰা
গ) ৰোহিনী
ঘ) কামিনী
উত্তৰ : ঘ) কামিনী
20. মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো হল?
ক) কিড্নী
খ) হাওফাওঁ
গ) ছাল
ঘ) পাকস্থলী
উত্তৰ : গ) ছাল