স্বাস্থ্য বিভাগৰ চাকৰিৰ বাবে সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ – প্ৰথম অংশ

General Knowledge

সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ :

1. কোনে পেনিচিলিন আৱিস্কাৰ কৰিছিল?

ক) লুইচ পেষ্টিউৰ

খ) আলেকজেণ্ডাৰ ফ্লেমিং

গ) ড্ৰেচাৰ

ঘ) এডৱাৰ্ড জেনাৰ

উত্তৰ : খ) আলেকজেণ্ডাৰ ফ্লেমিং

2. ভিটামিন Dৰ অভাৱত কি বেমাৰ হয় ??

ক) কুকুৰী কণা

খ) ৰিকেটচ্

গ) এনিমিয়া

ঘ) পেলাগ্ৰা

উত্তৰ : খ) ৰিকেটচ্

3. ‘তেজ গোট নমৰা’ সমস্যাৰ প্ৰধান কাৰক?

ক) ভিটামিন – Dৰ অভাৱ

খ) ভিটামিন – Kঅভাৱ

গ) ভিটামিন – Aঅভাৱ

ঘ) ভিটামিন C ৰ অভাৱ

উত্তৰ : খ) ভিটামিন – Kৰ অভাৱ

4. প্ৰাপ্তবয়স্ক মানুহৰ দেহত থকা হাড়ৰ সংখ্যা?

ক) 206

খ) 208

গ) 210

ঘ) 200

উত্তৰ : ক) 206

5. প্ৰাপ্ত বয়স্ক মানুহৰ দেহৰ কিমান শতাংশ পানী?

ক) 79

খ) 80

গ) 57

ঘ) 90

উত্তৰ : গ) 57

6. মানুহৰ তেজত PH ৰ মাত্ৰা কিমান ??

ক) 4.0-4.5

খ) 6.45-6.55

গ) 7.35-7.45

ঘ) 8.25-4.35

উত্তৰ : গ) 7.35-7.45

7. কোনটো বেমাৰ ‘ভাইৰাছৰ’ বাবে নহয়?

ক) কলেৰা

খ) বসন্ত

গ) হেপাটাইটিছ

ঘ) টাইফয়ড

উত্তৰ : ঘ) টাইফয়ড

8. গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰক?

ক) ভেকুৰ

খ) বেক্টেৰিয়া

গ) ভাইৰাছ

ঘ) এটাও নহয়

উত্তৰ : খ) বেক্টেৰিয়া

9. সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে?

ক) ভিটামিন A

খ) ভিটামিন B

গ) ভিটামিন C

ঘ) ভিটামিন D

উত্তৰ : ঘ) ভিটামিন D

10. তলত উল্লেখ কৰা কোনটো চালৰ বেমাৰ?

ক) এনিমিয়া

খ) পেলাগ্ৰা

গ) ৰিকেটচ্

ঘ) টাইফয়েড

উত্তৰ : খ) পেলাগ্ৰা

11. গছৰ পাত সেউজীয়া হোৱাৰ কাৰণ?

ক) ক্লৰ’ফিল

খ) ক্ল’ৰফৰ্ম

গ) ইষ্ট্ৰজেন

ঘ) খনিজ পদাৰ্থ

উত্তৰ : ক) ক্লৰ’ফিল

12. দেহৰ ‘কোষৰ’ বিষয়ে অধ্যয়ন কৰা বিভাগটোক কি কোৱা হয়?

ক) পেথোলজী

খ) জিওলজী

গ) হিষ্টোলজী

ঘ) ফিজিওলোজী

উত্তৰ : গ) হিষ্টোলজী

13. ‘এইডছ’ ৰোগৰ কাৰক?

ক) বেক্টেৰিয়া

খ) ভাইৰাছ

গ) প্ৰট’জৱা

ঘ) ভেকুৰ

উত্তৰ : খ) ভাইৰাছ

14. Glucose দেহত কি হিচাপে সঞ্চিত হৈ থাকে ?

ক) চৰ্বী

খ) এমিন’ এচিদ

গ) ইনচুলিন

ঘ) গ্লাইক’জেন

উত্তৰ : ঘ) গ্লাইক’জেন

15. মগজুৰ ভিতৰ অংশৰ ৰং হল?

ক) ৰঙা

খ) বগা

গ) মুগা

ঘ) মটীয়া

উত্তৰ : খ) বগা

16. আলোক বৰ্ষ (Light year) কিহৰ একক?

ক) সময়

খ) দূৰত্ৱ

গ) পোহৰ

ঘ) পোহৰৰ তীব্ৰতা

উত্তৰ : খ) দূৰত্ৱ

17. তলৰ কোনটো মাধ্যমত পোহৰে সৰ্ব্বোচ্চ গতিত গতি কৰে?

ক) কাচ

খ) পানী

গ) হাইড্ৰজেন

ঘ) শূণ্য

উত্তৰ : ঘ) শূণ্য

18. তলৰ কোনটো মাধ্যমত শব্দই সৰ্ব্বোচ্চ গতিত গতি কৰে?

ক) বায়ু

খ) কাচ

গ) পানী

ঘ) শূণ্য

উত্তৰ : ক) বায়ু

19. ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ হল?

ক) উৰ্বশী

খ) অপ্সৰা

গ) ৰোহিনী

ঘ) কামিনী

উত্তৰ : ঘ) কামিনী

20. মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো হল?

ক) কিড্নী

খ) হাওফাওঁ

গ) ছাল

ঘ) পাকস্থলী

উত্তৰ : গ) ছাল